মন্তব্য

প্ৰকাশ: ৮ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৬ ডিচেম্বৰ, ২০২১

সুহৃদ পঢ়ুৱৈ সমাজৰ দিহা-পৰামৰ্শ, আলোচনাই আমাৰ বাবে অতুল্য সম্পদ। ‘নীলা চৰাই’ আলোচনীখন সম্পৰ্কে ইয়াতে যদি এষাৰ কৈ যায় আমি পৰম অনুগৃহীত হ’ম।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

৯ responses to “মন্তব্য”

  1. bhaskar sarmah Avatar

    has been very good…a nice work..salute to all team members….can you also include a section: you would raise an important issue/debate and would ask for comments from the netizens……selected comments may be published in the next issue….

    1. সম্পাদক | নীলা চৰাই Avatar

      আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ। এই সম্পৰ্কত আমি আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ, সোনকালে এই ধৰণৰ বিভাগ এটা আৰম্ভ কৰিব পৰা যাব।

  2. ড০ ইন্দ্ৰজিৎ বেজবৰুৱা Avatar
    ড০ ইন্দ্ৰজিৎ বেজবৰুৱা

    অসমীয়া ভাষা জগত সভালে যাব, উজ্জল সুউজ্জল কহিনুৰ পিন্ধি-জ্যোতি প্ৰসাদৰ চিন্তা লৈ,
    নিলগৰ বন্ধু ওচৰৰ মিতা—-সকলোৰে মৰম কঢ়িয়াই ফুৰিছে, নীলা চৰাই জনীয়ে।  

  3. পংকজ জ্যোতি মহন্ত Avatar

    সাম্প্ৰতিক সময়ৰ ঘটনাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি প্ৰকাশ কৰিবলৈ আগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ কথা। বিতৰ্কিত বিষয় সন্নিবিষ্ট শেহতীয়া এখন কিতাপৰ ওপৰত বিশ্লেষণ প্ৰকাশ কৰিবলৈ আপোনালোক সাজু হৈছে বুলি জানি ভাল লাগিছে। প্ৰতি সংখ্যাতে সম্প্ৰতিক সময়ৰ একোটা বিষয় বাছি লৈ সেই সম্পৰ্কত তিনি চাৰিটাকৈ প্ৰবন্ধ প্ৰকাশ কৰিব পাৰিলে ই-আলোচনীৰ ক্ষেত্ৰলৈ এক জাগৰণ অচিৰেই আহিব।

  4. Krishna Bargohain Avatar
    Krishna Bargohain

    Wishing a bright future of Nila Charai..waiting eagerly for the next issue…

  5. হিমাংশু চহৰীয়া, মংগলদৈ, দৰং Avatar
    হিমাংশু চহৰীয়া, মংগলদৈ, দৰং

    ই আলোচনীখনৰ প্ৰতিটো খণ্ডই পঢ়িছো। প্ৰকাশিত লেখাসমূহৰ পৰা বহুতো কথা শিকিব পাৰিছো। আলোচনীখন সদায় এনেদৰেই জিলিকি থাকক….. তাৰেই কামনা কৰিলো।

  6. kobiranjan das Avatar
    kobiranjan das

    ভাল লাগিল আপোনালোকৰ এই প্ৰচেষ্টা ।গল্প কেইটা পঢ়ি সচাকৈয়ে ভাল পালোঁ ।

    1. সম্পাদক Avatar

      ধন্যবাদ কবিৰঞ্জন দাস।

  7. ৰাজীৱ কোঁৱৰ Avatar
    ৰাজীৱ কোঁৱৰ

    ‘নীলা চৰাই’অতি সুন্দৰ  ই আলোচনী ।সাম্প্ৰতিক সময়ৰ আহ্বানৰ পৰিপূৰিকা ৰুপত ‘নীলাচৰাই’য়ে  সকলোকে দি যাওক এখন সুন্দৰ আৰু সৃস্টিশীল পৃথিৱীৰ উম‍। 

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।